মোৰ কথাই যদি পৰেশ বৰুৱাৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছো: মন্ত্ৰী সঞ্জয় কিষান
🎬 Watch Now: Feature Video
‘‘মই পৰেশ বৰুৱা ডাঙৰীয়াক আঘাত দিব খোজা কোনো কথাই কোৱা নাছিলো ৷ যদিহে মোৰ কথাই তেওঁৰ মনত আঘাত কৰিছে, তেন্তে মই নিজে দুঃখিত অনুভৱ কৰিছো ৷ অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে সমিলমিলেৰে আগবাঢ়িব লাগিব’’ ৷ মন্ত্ৰী সঞ্জয় কিষানৰ মন্তব্যক লৈ আলফা(স্বা)এ মন্ত্ৰীগৰাকীক ক্ষমা খোজাৰ দাবী (Sanjoy Kishan threaten by ULFA I) কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী সঞ্জয় কিষানে ।