দুলীয়াজানত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

By

Published : Sep 21, 2022, 11:22 AM IST

thumbnail
প্ৰতিবাদ উত্তাল হ’ল দুলীয়াজান (Protest in Duliajan) । মটক জনগোষ্ঠীৰ লগতে ৰাজ্যৰ ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰাৰ বিৰুদ্ধে মঙলবাৰে দুলীয়াজানৰ পুৰণি বাছ আস্থানত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদ (Matak Yuba Chatra Sanmilan protest at Duliajan) । অসমৰ ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ সিদ্ধান্ত অনুসৰি, প্ৰধানমন্ত্ৰীৰ জন্ম দিৱসৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে (PM Effigy burnt in Duliajan) । লগতে সংগঠনটোৱে কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে, অসমৰ ছয় জনগোষ্ঠীৰ লগতে মটক জনগোষ্ঠীক জনজাতিকৰণ নিদিয়া পর্যন্ত ৰাজ্যত চলি থাকিব এই গণতান্ত্ৰিকভাৱে আন্দোলন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.