আড়ম্বৰপূৰ্ণভাৱে মহানগৰীৰ বিমলা নগৰত দুৰ্গা পূজাৰ আয়োজন - ঢাক ঢোলৰ শব্দ
🎬 Watch Now: Feature Video

বৈদিক মন্ত্ৰোচাৰেণেৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ (Durga Puja 2022) ৷ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা মহিষ মৰ্দিনীৰ আৰাধনাৰ আজি দ্বিতীয়টো দিন (Maha saptami 2022) ৷ দেশ তথা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমান শুনিবলৈ পোৱা গৈছে কেৱল ধাক-ঢোলৰ শব্দ ৷ ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লেখিয়াকৈ মহানগৰীৰ বিমলা নগৰ পূজা সমিতিয়ে আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছে মা দুৰ্গাৰ পূজা-অৰ্চনা ৷ মহানগৰীৰ বিমলা নগৰ পূজা মণ্ডপৰ পৰা সাংবাদিক কুলগীতা সাউদৰ এক ৰিপ’ট...
Last Updated : Oct 2, 2022, 10:56 PM IST