thumbnail

By

Published : Oct 4, 2022, 3:38 PM IST

ETV Bharat / Videos

তেজপুৰৰ কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলী নামঘৰত আয়োজন মহা নৱমীৰ

আজি মহা নৱমী (Maha Navami 2022) ৷ সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো অতি উলহ মালহৰে অনুষ্ঠিত হৈছে নৱমীৰ পূজা । বৈদিক পৰম্পৰা অনুসৰি, নৱমীত 9 গৰাকী কুমাৰী দেৱীক পূজা কৰা হয় (Kumari Puja an essential part of durga puja) । লগতে বিভিন্ন শক্তিপীঠত আজি বৰ বলিও দিয়া হয় । নৱমীৰ এই বিশেষ দিনটোত আজি তেজপুৰৰ কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলী নামঘৰত এফালে দেৱী দুর্গাৰ পূজা অৰ্চনা কৰাৰ লগতে মহাপুৰুষীয়া নাম কীৰ্তনো কৰা দেখা গৈছে (Maha Navami celebrates in Tezpur) । সন্ধিয়া ভাগলৈ এই নামঘৰত ভাগৱত প্ৰতিষ্ঠা কৰি তিনিদিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ আয়োজন কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.