মহাষ্টমী উপলক্ষে নলবাৰীৰ কলেজ চ'ক পূজা মণ্ডপত ভক্তৰ লানি নিচিগা ভিৰ

By

Published : Oct 3, 2022, 2:20 PM IST

thumbnail

আজি মহাষ্টমী ৷ মহাষ্টমী উপলক্ষে ৰাজ্যজুৰি চলিছে ব্যাপক উচাহ উদ্দীপনা (Maha Ashtami 2022) । সমান্তৰালকৈ নলবাৰীতো দূৰ্গা পূজাক লৈ প্ৰতিখন পূজা মণ্ডপতে দেখা গৈছে ভক্তৰ লানি নিচিগা ভিৰ (Durga Puja in Nalbari) । নলবাৰী চহৰৰ মাজমজিয়াৰ কলেজ চ'কস্থিত মধ্য নলবাৰী সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা পূজা মণ্ডপতো মা দূৰ্গাৰ আশীষ ল’বলৈ শ শ ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে (Maha Ashtami celebrations at Various Mandaps) । শংখ, ঘণ্টা, মাংগলিক ধ্বনিৰে মুখৰিত হৈছে এইবেলি 21 বছৰত ভৰি দিয়া পূজা মণ্ডপটো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.