thumbnail

By

Published : Dec 16, 2020, 7:49 PM IST

ETV Bharat / Videos

আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ

অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য বিদায়ী প্ৰাক্তন সাধাৰণ সম্পাদ লুৰীণ জ্যোতি গগৈয়ে আনুষ্ঠানিক ভাবে বুধবাৰে শিৱসাগৰ নাট্য মন্দিৰত অসম জাতীয় পৰিষদত যোগদান কৰাৰ লগতে দলটোৰ সদস্য পদ গ্ৰহণ কৰে ৷ ইপিনে দীৰ্ঘদিন ধৰি অসম গণ পৰিষদৰ নেতৃত্বৰ লগত মনোমালিন্য হৈ থকা পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্ৰ ডেকাই আনুষ্ঠানিক ভাৱে অসম জাতীয় পৰিষদৰ সদস্য পদ গ্ৰহণ কৰে ৷ আনহাতে অসম জাতীয় পৰিষদত যোগদান কৰি আপোচবিহীন ভাৱে দেশ-জাতি ৰক্ষাৰ বাবে কাম কৰি যোৱাৰ কথা ঘোষণা লুৰিণজ্যোতি গগৈয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.