thumbnail

By

Published : Oct 9, 2022, 11:10 PM IST

Updated : Oct 10, 2022, 2:55 PM IST

ETV Bharat / Videos

টীয়কত লক্ষ্মী পূজা উদযাপন

আজি শ্ৰী শ্ৰী লক্ষ্মী পূজা । ধন,ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মাঁ লক্ষ্মীৰ পূজা অৰ্চনাৰে মুখৰিত ৰাজ্যৰ চৌপাশ(Lakshmi Puja 2022) । ধূপ-নবৈদ্য আগবঢ়াই আয়তী সকল ব্যস্ত আই লক্ষ্মীৰ আৰাধনাত । ব্যতিক্ৰম নহয় টীয়ক । টীয়কৰ জগদুৱাৰ ব্ৰাহ্মণ গাঁৱৰ মহিলাসকলে এইদৰেই লক্ষ্মী আইৰ আৰাধনাত ব্যস্ত হৈ পৰিছে(Lakshmi Puja celebration in Teok) । নিজ নিজ ঘৰখনত,নিজৰ পথাৰখনত লক্ষ্মী পূজাৰ নীতি নিয়ম অনুসৰি চাকি বন্তি জ্বলাই আহি থকা দিনবোৰ শস্য তথা ধন সম্পত্তিৰে নদন বদন হওক তাৰ বাবে মাঁ লক্ষ্মীৰ চৰণত সেৱা জনাইছে । পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি সমাজৰ হৰি মন্দিৰত সকলো সন্ধিয়া গোট খাই এখনি শৰাই নবদ্য আগবঢ়াই এইদৰে লক্ষ্মী আইৰ নাম কীৰ্ত্তন কৰি আৰাধনা কৰিছে ।
Last Updated : Oct 10, 2022, 2:55 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.