কয়লা মাফিয়াই পুতি থৈছিল তিনি শ্ৰমিকৰ মৃতদেহ - লিডু মালৌ পাহাৰত চোৰাং কয়লা
🎬 Watch Now: Feature Video
লিডু মালৌ পাহাৰত চোৰাং কয়লা খান্দিবলৈ গৈ দেওবাৰে মৃত্যু হোৱা তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ(Laborers die at Lidu coal mine) ৷ সোমবাৰে নিশা প্ৰায় ৯ বজাত লিডু আৰক্ষীয়ে উদ্ধাৰ কৰে শ্ৰমিক তিনিজনৰ মৃতদেহকেইটা ৷ লিডু আৰক্ষীয়ে নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া লৈ প্ৰেৰণ কৰে মৃতদেহকেইটা । শ্ৰমিককেইজনৰ মৃতদেহ মালৌ পাহাৰৰ অসম-অৰুণাচল সীমান্তৰ দুৰ্গম অঞ্চলত গোপনে পুতি ৰাখিছিল চোৰাং কয়লা মাফিয়াই ।