নতুন SOP জাৰি : অধিক কঠোৰ হৈছে কলিয়াবৰ আৰক্ষী - ক’ভিডৰ নতুন নীতি
🎬 Watch Now: Feature Video

ৰাজ্যত ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা (SOP) জাৰি হোৱাৰ পাচতেই কঠোৰ হৈছে নগাঁও জিলা প্ৰশাসন (Nagaon Distrct Administration) ৷ ইয়াৰ সমান্তৰালকৈ কলিয়াবৰতো আৰক্ষী কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছে ৷ ক’ভিড প্ৰট’কল (Covid Protocol) ভংগ কৰি হেলমেট পৰিধান নকৰাকৈ বাইক-স্কুটী চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে কলিয়াবৰ আৰক্ষী (Kaliabor Police) । লগতে মাস্ক আৰু হেলমেট পৰিধান নকৰা বাইক-স্কুটী আৰোহীক জৰিমনা বিহিছে আৰক্ষীয়ে ।