thumbnail

By

Published : Jun 2, 2021, 9:40 PM IST

ETV Bharat / Videos

চিকিৎসকক আক্ৰমণৰ ঘটনাক গৰিহণা জুৰীয়াৰ চিকিৎসকৰ

লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰূপহীহাটৰ জুৰীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ তফজ্জুল হুছেইনে ৷ চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত চলোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে চিকিৎসক হুছেইনে ৷ ইয়াৰ লগতে গ্ৰেপ্তাৰ কৰা অভিযুক্তই যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে, তাৰ বাবে আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় চিকিৎসকগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰো দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.