তপন কুমাৰ গগৈৰ প্ৰতিক্ৰিয়া - ই টি ভাৰত
🎬 Watch Now: Feature Video

যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ প্ৰতিক্ৰিয়া । ইটি ভাৰতৰ সাংবাদিকৰ আগত প্ৰাৰ্থীগৰাকীয়ে নিজৰ জয় নিশ্চিত বুলি মন্তব্য কৰাৰ লগতে মোডীক সকলোৱে বিচাৰিছে বুলি উল্লেখ কৰে ।
Last Updated : May 23, 2019, 6:44 PM IST