102 বছৰ বয়সত ভোট দিলে দেশৰ প্ৰথমগৰাকী ভোটাৰে - 7th Phase

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 19, 2019, 7:07 PM IST

1951 চনৰ 23 অক্টোবৰত হিমাচল প্ৰদেশৰ কিন্নোৰত অনুষ্ঠিত হোৱা বিশেষ ভোটগ্ৰহণত প্ৰথম ভোটটো প্ৰদান কৰি দেশৰ ভিতৰতে প্ৰথমগৰাকী ভোটাৰ হোৱাৰ গৌৰৱৰ অধিকাৰী হৈছিল হিমাচল প্ৰদেশৰ শ্যাম চৰণ নেগীয়ে ৷ শনিবাৰে অনুষ্ঠিত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত জীৱনৰ 32 সংখ্যক লোকসভা নিৰ্বাচনৰ ভোটদান কৰে নেগীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.