thumbnail

By

Published : Jun 1, 2019, 10:21 PM IST

ETV Bharat / Videos

কোকৰাঝাৰত সেনা বাহিনী-প্ৰগতি এডুটেকৰ কৰ্মশালা

শুকুৰবাৰে কোকৰাঝাৰৰ চান্দামাৰীত থকা বড়োফা ইউ. এন. ব্ৰহ্ম কালচাৰেল চেণ্টাৰত কোকৰাঝাৰ সেনা বাহিনী ৰেড হৰ্ণ ডিভিছন আৰু গুৱাহাটীৰ প্ৰগতি এডুটেকৰ সৈতে যুটীয়াভাৱে নৱ প্ৰজন্মৰ এক দক্ষতা বিকাশৰ কৰ্মশালা আয়োজন কৰা হয় । কৰ্মশালাত নামনি অসমৰ চিৰাং, বাক্সা, গোৱালপাৰা ধুবৰীৰ প্ৰায় 450 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলক পৰ্যটন আৰু হস্পিটেলিটী মেনেজমেন্টৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.