ডিব্ৰুগড়ত মহাজোঁট আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক দেখা গ'ল অন্য ৰূপত - Assam elections 2021 result
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11612960-179-11612960-1619941043336.jpg)
আজি ৰাজ্যত অনুষ্ঠিত হৈছে 2021ৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া ৷ আন আন জিলা আৰু সমষ্টি সমূহৰ দৰে ডিব্ৰুগড়টো ক'ভিড প্ৰ’টকল মানি অনুষ্ঠিত হৈছে ভোটগণণা প্ৰক্ৰিয়া ৷ ডিব্ৰুগড় সমষ্টিত মহাজোঁট আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'লেও সমষ্টিটোৰ প্ৰাৰ্থীসকলক ভোটগণনা কেন্দ্ৰত দেখা গ'ল আন এক ৰূপত ৷ ডিব্ৰুগড়ৰ ল'ৰাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট গণনা কেন্দ্ৰৰ সমীপৰ এখন ভোজনালয়ত কংগ্ৰেছৰ ৰাজকুমাৰ নীল নেত্ৰ নেওগ, বিজেপিৰ প্ৰশান্ত ফুকন আৰু লাহোৱালৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক দেখা গ'ল অন্য এক ৰূপত ৷