লখিমপুৰত বন বিভাগৰ অভিযানত চোৰাং কাঠ জব্দ - ভীমপৰাৰ পৰা লখিমপুৰ জিলা সদৰ
🎬 Watch Now: Feature Video
বুধবাৰে লখিমপুৰত বন বিভাগৰ অভিযানত জব্দ অৰ্ধ লক্ষাধিক টকাৰ চোৰাং শিমলু কাঠ (Illegal timber seized by forest department) । উল্লেখ্য যে, ভীমপৰাৰ পৰা লখিমপুৰ জিলা সদৰৰ ভিন্ন স্থানলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ বিহদিয়া ঘাটত মজুত কৰি ৰখা অবৈধ কাঠ জব্দ কৰে বনবিভাগে । জানিব পৰা মতে পুৱতি নিশাৰ পৰাই সোৱণশিৰি নদীৰ দুয়োপাৰে অভিযান চলাই দুটা স্থানৰ পৰা বনবিভাগে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় (Illegal timber seized in Lakhimpur)।