AIUDF ৰ দুৰ্গত BJP ৰ জয়ধ্বনি - বিজেপি জিন্দাবাদ ধ্বনি
🎬 Watch Now: Feature Video
বিলাসীপাৰাৰ মহকুমাৰ দুৰ্গম চৰাঞ্চলত বিজেপি জিন্দাবাদ ধ্বনি । পশ্চিম বিলাসীপাৰাৰ বয়জেৰ আলগা চৰৰ কেইবা শতাধিক লোকে বিজেপিত যোগদান কৰে(Hundreds of AIUDF workers join BJP in Bilasipara) । AIUDF ৰ জেষ্ঠ নেতা তথা পশ্চিম বিলাসীপাৰা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ ক্বাছিমীৰ কাম-কাজত অসন্তুষ্ট হৈ গাঁওখনৰ কেইবা শতাধিক লোকে AIUDF ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰে । বিজেপিত যোগদান কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ ধ্বনিৰে আকাশ বতাহ কপাই তোলে শ শ ন-বিজেপি কৰ্মীয়ে ।