Stuffed egg Recipe : কেনেকৈ প্ৰস্তুত কৰা হয় সুস্বাদু ষ্টাফড্ এগ ? - ষ্টাফড্ এগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 22, 2022, 6:46 PM IST

ষ্টাফড্ এগ বা ডেভিল এগ হৈছে এক সুস্বাদু কণীৰ ব্যঞ্জন (Easy and healthy snack stuffed egg) ৷ কম সময়তে প্ৰস্তুত কৰিব পৰা এই ব্যঞ্জন স্বাস্থ্যৰ পক্ষেও উৎকৃষ্ট মানদণ্ডৰ ৷ কণীৰ উপকাৰিতাৰ বিষয়ে হয়তো নতুনকৈ নক'লেও হয় ৷ তথাপিও পুষ্টি আৰু খাদ্য বিশেষজ্ঞসকলে কণীক অন্যতম পুষ্টিকৰ খাদ্য হিচাপে পৰিগণিত কৰে ৷ এটা কণীত ভিটামিন ডি, জিংক, ছেলেনিয়াম আৰু ভিটামিন ইৰ দৰে স্বাস্থ্যৰ বাবে উপকাৰী উপাদান থাকে ৷ যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হয় ৷ ষ্টাফড্ এগ মেয়'নিজ, আলু, আচাৰ আদিৰ সহায়ত প্ৰস্তুত কৰিব পৰা যায় ৷ গতিকে আপুনিও অতি সহজে আমাৰ এই ৰেছিপিৰ সহায়ত প্ৰস্তুত কৰক এই পুষ্টিকৰ ব্যঞ্জনবিধ (Stuffed egg Recipe)...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.