Bengali Recipe Dudh Puli : অতি সহজে প্ৰস্তুত কৰক দুধ পুলি পিঠা - প্ৰস্তুত কৰক বঙালী ৰেচিপিৰে দুধ পুলি
🎬 Watch Now: Feature Video
দুধ পুলি অৰ্থাৎ গাখীৰ পুলি এবিধ সুস্বাদু আৰু প্ৰ’টিনযুক্ত বঙালী খাদ্য ৷ পশ্চিমবংগৰ বঙালী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰিয় খাদ্য এই গাখীৰ পুলি (Milk dish dudh puli)৷ বিশেষকৈ গাখীৰৰ পৰা প্ৰস্তুত কৰা গাখীৰ পুলি নাইবা দুধ পুলি মকৰ সংক্ৰান্তিৰ দিনা তৈয়াৰ কৰা হয় (Makar Sankranti recipe)৷ গাখীৰ পুলি বা দুধ পুলিক দুধ পুলি পিঠা বুলিও কোৱা হয় (Dudh puli pitha)৷ গতিকে পলম নকৰি আজিয়েই প্ৰস্তুত কৰক বঙালী ৰেচিপিৰে দুধ পুলি (Sweet recipe dudh puli)...