ৰাজ্যত বিহুৰ পাৰভঙা উচাহ: বালিপৰাৰ এৰাগাঁৱত হুচৰি পৰিৱেশন - হুঁচৰি পৰিৱেশন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11424657-thumbnail-3x2-img.jpg)
সমগ্ৰ ৰাজ্যজুৰি বিহুৰ পাৰভঙা উচাহ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে হেপাহৰ ৰঙালী বিহু । চৌদিশ ৰজনজনাই আছে ঢোল-পেঁপা-গগনাৰ শব্দত । সমান্তৰালভাৱে পৰম্পৰা ৰক্ষা কৰি গাঁৱৰ ঘৰে ঘৰে গৈ হুচৰি গোৱাৰ পৰ্ব আৰম্ভ কৰিছে গঞা ৰাইজে । ৰাইজে কান্ধত খোল আৰু তাল বজাই হুঁচৰি পৰিৱেশন কৰে । বালিপৰাৰ এৰাগাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি ৰীতি-নীতিৰ মাজেৰে গাঁওখনৰ ঘৰে ঘৰে গৈ হুঁচৰি গায় বছৰটো যাতে কুশলে যায় তাৰ বাবে গৃহস্থক আৰ্শীবাদ দিয়ে ।