thumbnail

বিশ্বনাথত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংঘালৰ

By

Published : May 13, 2021, 2:18 PM IST

ক'ভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে বিশ্বনাথৰ জিলা উপায়ুক্তৰ সভাকক্ষত উপস্থিত হয় অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন তথা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল । মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগত কি দৰে ক'ভিড-১৯ ৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰিব পাৰি সেই বিষয়ে পৰ্যালোচনা কৰে ৷ মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক মাস্ক ব্যৱহাৰ কৰাৰ লগতে কোনো কাম নাথাকিলে বাহিৰত ঘুৰি নুফুৰিবলৈ আহ্বান জনায়।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.