Rangali bihu 2022 : এদিনীয়া কাৰ্যসূচীৰে মাকুমবাসীৰ ৰঙালী বিহু উদযাপন - মাকুমত চহা কৃষক ৰাইজে পালন কৰিছে গৰু বিহু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 14, 2022, 10:20 AM IST

Updated : Apr 14, 2022, 10:56 AM IST

ব’হাগ মানেই নতুনৰ আশা, ব’হাগ মানেই আশাৰ বতৰা ৷ ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে ৰঙালী বিহু ৷ আজি গৰু বিহু (Rangali Bihu celebrates in Assam) ৷ সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াৰ মাকুমতো প্ৰতিগৰাকী অসমীয়া বিশেষকৈ কৃষক সমাজে পালন কৰিছে গৰু বিহু (Goru Bihu celebrations at Makum) । যাৰ বাবে বৃহস্পতিবাৰে পুৱাৰে পৰা অঞ্চলটোৰ ৰাইজে মাকুমৰ জ্যোতিনগৰ খেলপথাৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ গৰু বিহুৰ লগতে এদিনীয়াকৈ বাৰে ৰহণীয়া কাৰ্যসূচীৰে ৰঙালীৰ ৰঙত বিলীন হ’বলৈ বিহুৰ অনুষ্ঠানৰ আয়োজন কৰিছে মাকুমবাসীয়ে ৷
Last Updated : Apr 14, 2022, 10:56 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.