Ganja seized: আমগুৰিত আৰক্ষীৰ জালত গাঞ্জাসহ গাঞ্জা ব্যৱসায়ী - Police against drugs ganja

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 12, 2022, 2:27 PM IST

ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত(Police against drugs-ganja) । আমগুৰিত আৰক্ষীয়ে অভিযান চলাই জালত পেলাই গাঞ্জাসহ এটা গাঞ্জা ব্যৱসায়ীক(Ganja trader arrested in Amguri) । আমগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আমগুৰি নগৰৰ উপকণ্ঠ অঞ্চল হীৰা গাঁৱৰ নিজ বাস গৃহৰ পৰা দীপ জ্যোতি দত্ত নামৰ গাঞ্জা ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ব্য়ৱসায়ীটোৰ ঘৰৰ ভিতৰৰ পৰা ৩৫৬ গ্ৰাম গাঞ্জাৰ উদ্ধাৰ কৰাৰ লগতে কিছু পলিথিনৰ পেকেট,এটা মোবাইল ফোন আৰু কিছু নগদ ধন জব্দ কৰে । ধৃত যুৱকজনক জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে পৰৱৰ্তী অনুসন্ধান জাৰি ৰাখিছে আমগুৰি আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.