HS final result 2022: লখিমপুৰৰ জিনিয়াচ একাডেমীৰ পাঁচ গৰাকী ছাত্ৰীৰ ৰাজ্যৰ ভিতৰতে শীর্ষ নম্বৰ লাভ

By

Published : Jun 27, 2022, 4:39 PM IST

thumbnail
ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল(HS result 2022) । শীৰ্ষ স্থান দখলৰে গৌৰৱ কঢ়িয়ালে কেইবাখনো জিলাই । শ্ৰেষ্ঠ স্থান লাভ নকৰিলেও লখিমপুৰৰ পৰা সাতজনে বিভিন্ন বিষয়ত ৰাজ্যৰ ভিতৰতে শীর্ষ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়(Lakhipur tops 7 students in assam) । লখিমপুৰৰ জিনিয়াচ একাডেমীৰ পৰা পাঁচ গৰাকী ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰতে শীৰ্ষ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । ৰাজনীতি বিজ্ঞান বিষয়ত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় মেধাবী ছাত্রী কেইগৰাকীয়ে । ইয়াকে লৈ উৎফুল্লিত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.