thumbnail

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূৰ প্ৰথম প্ৰতিক্ৰিয়া

By

Published : Jun 21, 2022, 10:59 PM IST

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে প্ৰক্ষেপিত হোৱাৰ পাচত এন ডি এৰ দ্ৰৌপদী মুৰ্মূৰ প্ৰথম প্ৰতিক্ৰিয়া (first reaction of Draupadi Murmu)৷ মঙলবাৰে ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপালগৰাকীক এন ডি এই পৰৱৰ্তী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰে ৷ উল্লেখ্য যে, দ্ৰৌপদী মুৰ্মূ আছিল ঝাৰখণ্ডৰ অষ্টমগৰাকী ৰাজ্যপাল ৷ ওডিসাৰ এইগৰাকী জনজাতীয় নেত্ৰীক দেশৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এই প্ৰক্ষেপ কৰাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ৷ মনকৰিবলগীয়া যে বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দো হৈছে দলিত সম্প্ৰদায়ৰ এগৰাকী প্ৰবীণ নেতা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.