যোৰহাট জিলাৰ ভোটদানৰ শেহতীয়া তথ্য... - ভোট প্ৰদান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 27, 2021, 1:29 PM IST

আজি আৰম্ভ হ'ল প্ৰথম পৰ্যায়ৰ ভোট দান প্ৰক্ৰিয়া ৷ শান্তিপূৰ্ণভাৱে চলিছে ভোটদান প্ৰক্ৰিয়া ৷ যোৰহাটত ২৯.৩১ শতাংশ, দেৰগাঁৱত ৩১.৩৪ শতাংশ আৰু টিয়কত ৩১.২৪ শতাংশ ভোটদান সম্পন্ন হৈছে ৷ যোৰহাটৰ টোকোলাই প্ৰথিমিক বিদ্যালয়ত ভোট প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা এইবাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাণা গোস্বামীয়ে ৷ যোৰহাটৰ 260 নং গড়মূৰ দুলিয়া গাঁও প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.