দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড - Fire incident in duliajan
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16472531-thumbnail-3x2-hhn.jpg)
নিশা দুলীয়াজানৰ জালনী চাহ বাগিছাত ভয়ংকৰ অগ্নিকাণ্ড(Fire incident in duliajan) । অগ্নিকাণ্ডৰ ফলত মহেশ তেলী নামৰ লোকজনৰ বাসগৃহ ভষ্মীভূত হয় । ততাতৈয়াকৈ স্থানীয় বিধায়ক তেৰছ গোৱালা ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে(MLA Teros Guwala) । ঘটনাস্থলীত অইলৰ অগ্নিনিৰ্বাপক বাহিনী গাড়ী পলমকৈ উপস্থিত হৈ যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই যদিও বৈদ্যুতিক বিজুতিৰ বাবে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে । এইপৰ্যন্ত ক্ষয়-ক্ষতিৰ সঠিক পৰিমাণ জানিব পৰা হোৱা নাই যদিও কেইবা লক্ষাধিক টকাৰ সামগ্ৰী জুইত নষ্ট হৈছে বুলি জানিব পৰা গৈছে ৷