জলকীয়া গুৰিৰে ব্যতিক্ৰমি ৰূপত অংকন সুধাকন্ঠৰ প্ৰতিচ্ছবি - ব্যতিক্ৰমি ৰূপত অংকন সুধাকন্ঠৰ প্ৰতিচ্ছবি
🎬 Watch Now: Feature Video

আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন (96th Birth anniversary of Bhupen Hazarika)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে অসমবাসীৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ জন্মদিন ৷ এইগৰাকী শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বৰপেটাৰ যুৱশিল্পী নিৰ্জুৰাজ দাসে জলকীয়া গুৰিৰে এক ব্যতিক্ৰমি ৰূপত অংকন কৰিছে সুধাকন্ঠৰ প্ৰতিচ্ছবি (Exceptionally painted portrait of Sudhakanth) ৷ জলকীয়া গুৰিৰে প্ৰতিচ্ছবি অংকন কৰি অসমীয়াৰ মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন জনাইছে যুৱশিল্পী নিৰ্জুৰাজ দাসে ৷
TAGGED:
সুধাকন্ঠৰ প্ৰতিচ্ছবি