আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী ঢুলীয়াৰ সৈতে এইবাৰৰ 'সঁফুৰা' - ঢুলীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9695575-thumbnail-3x2-iojpg.jpg)
শনিবৰীয়া বিশেষ অনুষ্ঠান 'সঁফুৰা'ৰ এইবাৰৰ অতিথি আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খ্যাতি সম্পন্ন ঢুলীয়া তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিৰকজ্যোতি শৰ্মা ৷ হিৰকজ্যোতিয়ে লৈ আহিব বিহুৰ লগতে টোকাৰি গীত; থাকিব নামনি অসমৰ নাগাৰা নামৰ কলি ৷ এই অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com ৷