বৰপেটাৰ বহৰিত দশেৰাত দাহ কৰা হ’ব ৭৫ ফুট উচ্ছতাৰ ৰাৱণৰ মূৰ্তি - দশেৰা উৎসৱৰো প্ৰস্তুতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 4, 2022, 10:50 PM IST

বৰ্তমান সমগ্ৰ ৰাজ্যবাসী ব্যস্ত হৈ আছে দেৱী দুৰ্গাৰ বন্দনাত ৷ দেৱী দুৰ্গা বন্দনাৰ সমান্তৰালভাৱে চলিছে দশেৰা উৎসৱৰো প্ৰস্তুতি (Ravan Dahan preparation in Barpeta) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ বহৰিতো পূৰ্বৰ দৰে এইবেলিও দশমীৰ নিশা পালন কৰা হ’ব দশেৰা অৰ্থাৎ ৰাৱণ দাহন ৷ দশেৰা উৎসৱ উপলক্ষে ইতিমধ্যে ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে শিল্পীসকল ৷ দশেৰাৰ নিশা ৰাৱণ দাহৰ বাবে এইবাৰ বহৰি আঞ্চলিক সাৰ্বজনীন দশেৰা উদযাপন সমিতিয়ে নিৰ্মাণ কৰিছে ৭৫ ফুট উচ্ছতাৰ ৰাৱণৰ মূৰ্তি । কেবাদিন ধৰি শিল্পীসকলে ব্যস্ত হৈ পৰিছে ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণত । ইতিমধ্যে প্ৰতিমূৰ্তিৰ কাম সম্পন্ন কৰিছে শিল্পী সকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.