বিজ্ঞান বিভাগত দ্বিতীয় স্থান দখল তেজপুৰৰ দিশান্ত শইকীয়াৰ - দ্বিতীয় স্থান
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3378257-thumbnail-3x2-vnjb1.jpg)
তেজপুৰ,25 মে': বিজ্ঞান বিভাগত দ্বিতীয় স্থান দখল কৰি 'ডাইমেনছন একাডেমী জুনিয়ৰ কলেজলৈ' সুনাম কঢ়িয়াই আনিছে তেজপুৰৰ দিশান্ত শইকীয়াই ৷ ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ পৰিকল্পনা দিশান্ত শইকীয়াৰ ৷ 477 নম্বৰেৰে বিজ্ঞান বিভাগ দ্বিতীয় স্থান দখল কৰিছে দিশান্ত শইকীয়াই ৷