Republic day 2022: ক'ভিড বিধি মানি ধেমাজিত ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন - ক'ভিড বিধি মানি ধেমাজিত গণৰাজ্য দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 26, 2022, 9:43 PM IST

সমগ্ৰ দেশৰ লগতে ধেমাজিতো জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজিৰ কাছাৰী ময়দানত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৭৩ সংখ্যক গণৰাজ্য দিৱস (Dhemaji Republic day celebration)৷ পুৱা 9 বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে(Dhemaji DC flag hoisted on Republic Day 2022)৷ ইয়াৰ পিছতে জিলাখনত চৰকাৰী উন্নয়নমূলক আচঁনিৰ সম্পৰ্কত চমু ভাষণ আগবঢ়াই উপায়ুক্তগৰাকীয়ে ৷ চৰকাৰে বান্ধি দিয়া ক'ভিড বিধি মানি (73rd Republic day celebration amidst Covid Pandamic) সীমিত সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠানৰ পেৰেডত কেৱল তিনিটা আৰক্ষী দলে অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান সমূহ বাতিল কৰা হয় ৷ ইফালে অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.