হৰি নামৰ ধ্বনিৰ মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ

By

Published : Aug 18, 2022, 10:53 AM IST

thumbnail
আজি পহিলা ভাদ । হৰি নামৰ ধ্বনিৰ মুখৰিত ৰাজ্যৰ নামঘৰ-মন্দিৰ ৷ ১৪৫০ খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ চৌপাশ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে সপ্ত বৈকুণ্ঠলৈ পৰিণত হৈছে(Dhekiakhowa Bornaamghar in Jorhat) ৷ প্ৰায় ৫০ লক্ষাধিক বৈষ্ণৱ-ভক্তক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি ৷ চাৰি প্ৰসংগ নামৰ অংশ পুৱাৰ নাম প্ৰসংগ ইতিমধ্যে আৰম্ভ হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.