হৰি নামৰ ধ্বনিৰ মুখৰিত ঢেকীয়াখোৱা বৰনামঘৰ
🎬 Watch Now: Feature Video
আজি পহিলা ভাদ । হৰি নামৰ ধ্বনিৰ মুখৰিত ৰাজ্যৰ নামঘৰ-মন্দিৰ ৷ ১৪৫০ খ্ৰীষ্টাব্দত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰৰ চৌপাশ পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে সপ্ত বৈকুণ্ঠলৈ পৰিণত হৈছে(Dhekiakhowa Bornaamghar in Jorhat) ৷ প্ৰায় ৫০ লক্ষাধিক বৈষ্ণৱ-ভক্তক আদৰিবলৈ সাজু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিচালনা সমিতি ৷ চাৰি প্ৰসংগ নামৰ অংশ পুৱাৰ নাম প্ৰসংগ ইতিমধ্যে আৰম্ভ হৈছে ৷