দলিত ছাত্ৰক প্ৰহাৰ কৰি ভৰি চেলেকিবলৈ বাধ্য কৰাৰ ভিডিঅ’ ভাইৰেল - Video of Dalit student beating viral
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15062207-thumbnail-3x2-hf.jpg)
মানৱতাক লজ্জানত কৰা ৰায়বৰেলীৰ এটা ভিডিঅ' শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে । ভিডিঅ'টোত, দশম শ্ৰেণীৰ এজন দলিত ছাত্ৰক নিৰ্মমভাৱে প্ৰহাৰ কৰা দেখা গৈছে (Video of Dalit student beating viral ) । কেৱল এয়াই নহয়, অভিযুক্ত সকলে ভুক্তভোগী ছাত্ৰজনক তেওঁলোকৰ ভৰি চেলেকিবলৈকো বাধ্য কৰে । একে সময়তে, জাতিগত কথাৰে ছাত্ৰজনক গালি-গালাজো কৰা দেখা যায় ভিডিঅ’টোত ৷