মুম্বাইত চিলিণ্ডাৰ বিস্ফোৰণ:আহত 4জন - অগ্নিনিৰ্বাপক বাহিনী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10567964-thumbnail-3x2-kljpg.jpg)
মুম্বাইৰ ভাৰ্ছোভা আন্ধেৰী গলিৰ য়াৰি ৰোডৰ এটা গোডাউন ভয়ংকৰ ঘটনা ৷ চিলিণ্ডাৰ বিস্ফোৰণত আহত হয় চাৰিজনকৈ লোক ৷ আহত লোক সকলক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত ৷ ঘটনাস্থলীত ৭খনকৈ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷