জনসমুদ্ৰত পৰিণত হৈছে যোৰহাটৰ ভিন্ন পূজা মণ্ডপ

By

Published : Oct 4, 2022, 10:30 PM IST

thumbnail

আজি মহা নৱমী (Maha Navami 2022) ৷ মা দুৰ্গা আশীষ ল’বলৈ যোৰহাট পূজাস্থলীত ভক্ত প্ৰাণ ৰাইজ ব্যাপক হাৰত ভিৰ ৷ এক প্ৰকাৰে জনসমুদ্ৰত পৰিণত হৈছে যোৰহাটৰ পূজা মণ্ডপসমূহ (Crowd at different puja pandals in Jorhat) ৷ বিশেষকৈ যোৰহাট নগৰ গড় আলি, এটি ৰোড আৰু ঠাকুৰবাৰীত অগনন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.