thumbnail

By

Published : May 2, 2021, 3:46 PM IST

ETV Bharat / Videos

কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰশ্বিদ মণ্ডলৰ জয় প্ৰায় নিশ্চিত

৩৮ নং গোৱালপাৰা পশ্চিম বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰশ্বিদ মণ্ডলৰ জয় প্ৰায় নিশ্চিত ৷ ইতিমধ্যে অগপ প্ৰাৰ্থী শ্বেইখ শ্বাহ আলমতকৈ ৫০ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি আছে প্ৰাৰ্থীগৰাকী। প্ৰাৰ্থী গৰাকীৰ অগ্ৰগতিৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে প্ৰাৰ্থী গৰাকীক লগত লৈ বিজয় উল্লাস পালন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.