বাতিল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হোজাই ভ্ৰমণ - হোজাইৰ ভ্ৰমণ বাতিল
🎬 Watch Now: Feature Video
প্ৰতিকূল বতৰৰ বাবে হোজাইৰ ভ্ৰমণ বাতিল কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma canceled Hojai visit due to bad weather) ৷ নিৰ্ধাৰিত সূচী অনুসৰি, নগাঁৱৰ পৰা হোজাইলৈ পূজা চাবলৈ অহাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকী ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হোজাই সমষ্টিৰ বিধায়ক ৰাম কৃষ্ণ ঘোষে ৷