অসমক শক্তিশালী ৰাজ্য হিচাপে গঢ় দিমঃ মুখ্য়মন্ত্ৰী - CM news Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 15, 2019, 11:34 AM IST

খানাপাৰাত মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিলে জাতীয় পতাকা ৷ ভাষণ প্ৰসংগত অসমক ভাৰতৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে গঢ় দিবলৈ ঠিক কৰিছো বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ তাৰোপৰি গুৱাহাটীক ভাৰতবৰ্ষৰ ভিতৰতে স্বচ্ছ চহৰ হিচাপে গঢ় দিয়াৰ বাবে পণ ল'বলৈ আহ্বান ৰাইজক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.