thumbnail

By

Published : Mar 19, 2021, 9:13 PM IST

ETV Bharat / Videos

চিৰাঙত বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ মনোনয়ন দাখিল

চিৰাং জিলাৰ ৩৩ নং বিজনী বিধান সভা সমষ্টিত বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে আজি মনোনয়ন দাখিল কৰে । মনোনয়ন দাখিল উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস । দাসে সভাত কয় যে, বিপিএফৰ কাম নাই ৷ গতিকে বিজেপি দলক ভোটদানেৰে সমষ্টিৰ উন্নয়নৰ আহ্বান জনায় ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.