Presidential Polls 2022 : NDA ৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিজয় কামনাৰে বোকাখাতত চাহ পৰিষদৰ পূজা-অৰ্চনা - NDA প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 18, 2022, 2:32 PM IST

আজি দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (NDA candidate Droupadi Murmu) । প্ৰথমবাৰৰ বাবে চাহ জনগোষ্ঠীৰ NDA ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদন্দিতা কৰিছে দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গৰাকীৰ বিজয় কামনাৰে সোমবাৰে বোকাখাতত অসম গণ পৰিষদৰ ভাতৃ সংগঠন চাহ পৰিষদে শাওনৰ পহিলা দিনটোত পূজা অৰ্চনা আগবঢ়ায়(Chah Parisad pray for NDA candidate Droupadi Murmu) । লগতে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.