নামত নদী আৰক্ষী চকীঃ নাই এখনো নাও - আলগা নদী আৰক্ষী চকী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3867426-thumbnail-3x2-bangaigaon.jpg)
বঙাইগাঁও জিলাৰ আলগা নদী আৰক্ষী চকীত একাঁঠু পানী । ভাৰপ্ৰাপ্ত বিষয়া মফিদুৰ ৰহমান সহ চাৰিজন চিপাহীৰে চলে এইখন নদী আৰক্ষী চকী । আশ্চৰ্যৰ কথা যে নদী আৰক্ষী চকীতেই নাই এখনো নাও । কলৰ ভূৰ লৈ চলিবলগীয়া হয় নদী আৰক্ষী । কিন্ত চৰকাৰৰ ফালৰ পৰা নাই কোনো গুৰুত্ব ৷
Last Updated : Jul 17, 2019, 8:15 PM IST