আন্দোলন অবিহনে উশাহ-নিশাহ বন্ধ হৈ যাব অখিল গগৈৰ !

By

Published : Nov 25, 2021, 10:09 PM IST

thumbnail
একালৰ কৃষক নেতা তথা বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক তীব্ৰ কটাক্ষ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ(BJP leader Dilip Saikia on Akhil Gogoi) । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বাতিল(withdrawal of three farm laws) কৰাৰ কথা ঘোষণাৰ পিছতে অসমত পুনৰ কা' আন্দোলন(Anti CAA protest in Assam)ৰ চৰ্চা বিভিন্ন জনে উত্থাপন কৰিছিল । বিধায়ক অখিল গগৈয়েও 'কা' আন্দোলনৰ নেতৃত্ব লোৱাৰ কথা ঘোষণা কৰাৰ পিছতে আজি অখিল গগৈক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰে সাংসদ দিলীপ শইকীয়াই । সাংসদ গৰাকীয়ে অখিল গগৈক আন্দোলনজীৱী আখ্যা দিয়াৰ লগতে আন্দোলন অবিহনে গগৈৰ উশাহ-নিশাহ বন্ধ হৈ যায় বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.