তিনিচুকীয়াৰ পাঁচটাকৈ সমষ্টি দখল কৰিলে বিজেপিয়ে - Assam elections 2021 result
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11622370-thumbnail-3x2-tin.jpg)
বহু জল্পনা কল্পনাৰ শেষত দেওবাৰে ঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি তিনিচুকীয়া জিলাৰ পাঁচটা বিধানসভা সমষ্টিতে বিজেপিয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। জিলাখনৰ ডিগবৈ বিধান সভা সমষ্টিৰ পৰা দ্বিতীয় বাৰলৈ সুৰেণ ফুকন নিৰ্বাচিত হোৱাৰ লগতে ফুকনে তেওঁৰ প্ৰতিদ্বন্দী কংগ্ৰেছৰ শিৱ নাথ চেতিয়াক পৰাস্ত কৰে। উল্লেখ্য যে, বিজেপিৰ সুৰেণ ফুকনে 58054 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ শিৱ নাথ চেতিয়াই লাভ কৰে 31652 টা ভোট ৷
Last Updated : May 3, 2021, 4:39 PM IST