গোলাঘাটত ব্যতিক্ৰমী ৰূপত এদল মহিলা - Bhaona play will be performed by women in Golaghat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 14, 2022, 7:03 PM IST

গোলাঘাট জিলাৰ দৈগ্ৰোংৰ একাংশ মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ । সুকীয়া কন্ঠ, মুখত দাম্ভিক বচন আৰু লয়লাসেৰে ভাওনাৰ প্ৰস্তুতি দৈগ্ৰোঙৰ এইসকল মহিলাৰ(Bhaona play will be performed by women) । দৈগ্ৰোং নাট্য মন্দিৰত বিশ্বকৰ্মা পূজা উপলক্ষে এওঁলোকে আয়োজন কৰিছে এখন মহিলাৰ ভাওনা । "দানবীৰ ৰজা হৰিশ্চন্দ্ৰ উপাখ্যান" নামৰ ভাওনাৰ প্ৰস্ততি এতিয়া তুংগত দৈগ্ৰোঙত । মুঠ ১৬ গৰাকী মহিলাই অভিনয় কৰিব এইখন ভাওনাত । স্থানীয় এইসকল মহিলাৰ এনে পদক্ষেপে সকলোকে আকৰ্ষণ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.