thumbnail

By

Published : Jun 13, 2022, 8:20 PM IST

ETV Bharat / Videos

পি এফ আই আৰু চি এফ আইয়ে জেহাদ বিয়পোৱাৰ কাম কৰে: বজৰংগ দল

ৰঙিয়াৰ চ'ছাইটি মুৰাৰাত ৰাষ্ট্ৰীয় বজৰংগ দলৰ উত্তাল প্ৰতিবাদ । পি এফ আই আৰু চি এফ আই নামৰ সংগঠন দুটাক নিষিদ্ধ ঘোষণা কৰাৰ দাবীত ৰাষ্ট্ৰীয় বজৰংগ দলে ৰাজপথলৈ ওলাই আহে (Bajrang Dal protests demanding ban on PFI and CFI ) ৷ সংগঠনটোৰ শতাধিক কৰ্মীয়ে হাতে-হাতে ৰাষ্ট্ৰীয় বজৰংগ দলৰ পতাকা লৈ প্ৰতিবাদস্থলীত জেহাদীৰ পুত্তলিকা দাহ কৰে । "পি এফ আই আৰু চি এফ আই সংগঠন দুটাই সমগ্ৰ ভাৰতত জেহাদ বিয়পোৱাৰ কাম কৰি আছে । এই বিষয়ে সবিশেষ তথ্য চৰকাৰৰ হাতত মজুদ আছে । গতিকে চৰকাৰে দুয়োটা সংগঠনকেই নিষিদ্ধ কৰিব লাগে" বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.