বি-টাউনৰ চেলিব্ৰেটীসকলে জনালে নৱবৰ্ষৰ শুভেচ্ছা - বি-টাউনৰ চেলিব্ৰেটীৰ নৱবৰ্ষৰ শুভেচ্ছা
🎬 Watch Now: Feature Video

2020, এটা নতুন বৰ্ষৰ আৰম্ভণি ৷ তাপসী পান্নু, য়ামী গৌতম, বৰুণ শৰ্মা, অনন্যা পাণ্ডে, সোণাক্ষী সিনহাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী চেলিব্ৰেটীয়ে অনুৰাগীসকলক জনালে নৱবৰ্ষৰ শুভকামনা ৷