৭৫ মিটাৰ দৈৰ্ঘৰ পতাকা লৈ লখিমপুৰত মাৰোৱাৰী সমাজৰ সমদল - আজাদী কা অমৃত মহোৎসৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2022, 1:59 PM IST

আজাদী কা অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav Celebration in Lakhimpur) উপলক্ষে দেওবাৰে লখিমপুৰত প্ৰায় ৭৫ মিটাৰ দৈৰ্ঘৰ পতাকা লৈ মাৰোৱাৰী সমাজে নগৰখনৰ মাজেৰে সমদল উলিয়ায় (75 feet long Tiranga rally in Lakhimpur) । জিলাখনৰ প্ৰায় শ শ লোকে সমদল কৰি ভাৰত মাতা কি জয় ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে । মাৰোৱাৰী সমাজৰ উদ্যোগত আয়োজিত এই সমদল ঠাকুৰবাৰী ৰোডৰ পৰা আৰম্ভ হৈ সমগ্ৰ নগৰখনৰ পৰিভ্ৰমণ কৰে । সমদলত লখিমপুৰ বিধায়ক মানৱ ডেকায়ো(Lakhimpur MLA Manab Deka) অংশগ্রহণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.