বেংগালুৰুত প্ৰবাসী অসমীয়াই দেৱী দুৰ্গাক পিন্ধালে শুৱালকুছিৰ পাটৰ সাজ - অসমৰ থলুৱা খাদ্য সম্ভাৰ
🎬 Watch Now: Feature Video
বেংগালুৰুত অসমীয়া সমাজৰ দ্বাৰা আয়োজন দুৰ্গা পূজা । আছাম ছ’চাইটি অৱ বেংগালুৰুৰ উদ্যোগত আয়োজন কৰা এই দুৰ্গা পূজাত অলেখ ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে (Assamese community celebrates durga puja in Bengaluru) ৷ এই বিশেষ দুৰ্গা পূজা ভাগত মা দুৰ্গাক পাট-মুগাৰ কাপোৰেৰে সজোৱা হয় ৷ আনকি প্ৰবাসী অসমীয়াৰ আমন্ত্ৰণ মৰ্মে অসমৰ পৰা যোৱা পুৰোহিতে কৰিছে এই বিশেষ পূজা ভাগ ৷ লগতে এই পূজা মণ্ডপৰ সমীপতে আয়োজন কৰা হৈছে খাদ্য মেলাৰো ৷ য’ত উপলব্ধ হৈছে অসমৰ থলুৱা খাদ্য সম্ভাৰ (Assamese traditional Food Fair in Bengaluru) ।