DGP at Dibrugarh: বিনীত বাগাৰীয়াৰ দৰে ঘটনা পুনৰ হ'বলৈ নিদিয়ে অসম আৰক্ষীয়ে: ভাস্কৰ জ্যোতি মহন্ত

By

Published : Jul 12, 2022, 9:03 PM IST

thumbnail
দুৰ্বৃত্তৰ পৰা মৃত্যুৰ ভাবুকি লাভ কৰাৰ পিছতো আৰক্ষীৰ পৰা নিৰাপত্তা লাভ নকৰি আত্মহত্যা কৰিছিল ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াই(Binit Bagaria suicide case) । ইয়াৰ পিছতে মঙলবাৰে এই আত্মহত্যা ঘটনাৰ মুল অভিযুক্ত বৈদুল্লা খানৰ বাসগৃহত উচ্ছেদ চলাইছিল ডিব্ৰুগড় প্ৰশাসনে । মঙলবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সংবাদমাধ্যমৰ আগত কয় যে এই ঘটনা দুৰ্ভাগ্যজনক ৷ এনে ঘটনা পুনৰ ৰাজ্যৰ কোনো স্থানতে হ'বলৈ নিদিয়ে অসম আৰক্ষীয়ে(Assam DGP comments on Binit Bagaria suicide case) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.