Himanta Biswa Sarma at Amingaon Court: আমিনগাঁও আদালতত মুখ্যমন্ত্ৰী

By

Published : Aug 5, 2022, 9:30 PM IST

thumbnail
আমিনগাঁও আদালতত শুকুৰবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta biswa sarma at Amingaon CJM Court) ৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ সাক্ষ্য দিয়াৰ বাবে আমিনগাঁও আদালতত হাজিৰ হয় মুখ্যমন্ত্ৰীগৰাকী(Riniki Bhuya Sharma defamation case against Manish Sisodia) ৷ উল্লেখ্য যে, দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে PPE কীটক(Allegation against Himanta Biswa Sharma about PPE kit issue) লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ সাক্ষ্য দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে দুপৰীয়া 2.05 বজাত উপস্থিত হয় আমিনগাঁও চিজেএম আদালতত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.